অষ্টঅষ্টক

অষ্ট ঐশ্বৰ্য্যা (Assamese) [ Roman: os.to oi.sor.jyo]
Contributed by: Biraj Kumar Kakati on 2010-03-07
1. (Proper Noun) The eight powers or accomplishments supposed to be attained by a man by performing Yoga. They are the powers (1) to reduce the body size, (2) to reduce the body weight, (3) to achieve anything of own desire, (4) to increase the body size, (5) greatness, (6) supremacy (7) possession (or self-control), and (8) to control the eros. যোগ সাধনাৰ পৰা লাভ কৰিব পৰা বুলি বিশ্বাস থকা আঠবিধ শক্তি বা ঐশ্বৰ্য্য ৷ এই আঠোটা ঐশ্বৰ্য্যৰ নাম- (১) অণিমা-নিচেই সৰু হ`ব পৰা শক্তি, (২) লঘিমা-অতি পাতল হ`ব পৰা শক্তি, (৩) প্ৰাপ্তি-ইচ্ছামতে সকলো পাব পৰা শক্তি, (৪) প্ৰাকাম্য-বৰ ডাঙৰ হ`ব পৰা শক্তি, (৫) মহিমা-মহৎ গুণ, (৬) ঈশিত্ব-সকলোৰে ওপৰত প্ৰভুত্ব কৰিব পৰা শক্তি (৭) বশিত্ব-আত্মসংযম শক্তি, আৰু (৮) কামবসায়িতা- ইন্দ্ৰিয়দমন শক্তি বা কামনা শেষ কৰিব পৰা শক্তি ৷